A Dictionary Of Phrases is book for both students and teachers. This “A Dictionary Of Phrases” book is extra special as it was prepared by Digital books. Nearly anytime, when faced with difficult times, wavers in their ability to commit to completion of the your task than this book “A Dictionary Of Phrases” will show you exactly how to do at any place for your android mobiles .
নতুন আশা আৰু উদ্দেশ্য ৰে সমগ্র বিশ্ব তথা অসমৰ সমূহ ছাত্ৰ ছাত্ৰী লৈ বিনামূলীয়া কিতাপ তথা মূল্যবান গ্ৰন্থ ৰচনা আদি গুগল প্লেয় ষ্টৰত ক্ৰমে অসমীয়া, হিন্দী আৰু ইংৰাজি ভাষাত মোবাইল এপ্লিকেচন হিচাবে পাব্লিস কৰা হৈছে । আমাৰ উদ্দেশ্যৰ অজ্ঞাত ক্ৰুটি দিহা পৰামৰ্শৰ আৰু পাঠকৰ সঁহাৰি ৰ আশাত "ডিজিটেল বুকছ" ৰ তৰফৰ পৰা সমগ্ৰ পাঠক সমাজে তথা ছাত্ৰ সমাজক অনুৰোধ জনোৱা হল ।আপনালোকৰ যিকোনো কিতাপ তথা গ্ৰন্থৰ ভাবে আমালৈ মেইল কৰিব পাৰে ।
আমাৰ ই- মেইল হল
[email protected]
For more you can visit our website www.dbooks.co.in and also email us
[email protected]