শ্রীমদ্ভাগবত গীতা - Bhagwat Geeta in Assamese
Install Now
শ্রীমদ্ভাগবত গীতা - Bhagwat Geeta in Assamese
শ্রীমদ্ভাগবত গীতা - Bhagwat Geeta in Assamese

শ্রীমদ্ভাগবত গীতা - Bhagwat Geeta in Assamese

Developer: BMV Group
App Size: 5.4M
Release Date: July 17, 2021
Price: Free
4.3
6 Ratings
Size
5.4M

Screenshots for App

Mobile
এই এপত মূল সংস্কৃত শ্লোকৰ লগতে অসমীয়াত সমগ্ৰ শ্রীমদ্ভাগবত গীতাৰ শ্লোকসমূহ সন্নিবিষ্ট কৰা হৈছে ।
শ্রীমদ্ভাগবত - সাধাৰণতে গীতা বুলিও কোৱা হয়, এইয়া আমাৰ সনাতন ধৰ্মৰ (হিন্দু ধৰ্মৰ) অন্যতম পৱিত্ৰ ধৰ্ম গ্ৰন্থ । শ্রীমদ্ভাগবত গীতাত মুঠ ৭০০ টা (কিছুমানে ৭৪৫ বুলিও কয়) শ্লোক আছে আৰু এইয়া মহাভাৰতৰ ভীষ্ম পৰ্বৰ (২৩- ৪০ অধ্যায়) এটি অংশ।

শ্রীমদ্ভাগবত গীতা পাণ্ডৱ ৰাজকুমাৰ অৰ্জুন আৰু ভগৱান শ্ৰীকৃষ্ণৰ মাজৰ কথোপকথনৰ ভিত্তিত ৰচিত। পাণ্ডৱ আৰু কৌৰৱৰ মাজত সংগঠিত হবলগীয়া যুদ্ধ ধৰ্ম যুদ্ধ ক লৈ অৰ্জুন অতিশয় চিন্তিত হৈ পৰে যুদ্ধাস্ত্ৰহলতে তেওঁ ভাবিবলৈ লয় কিয় তেওঁ নিজৰ লোকৰে প্ৰাণ লবলৈ গৈ আছে এনে দোধোৰ মোধোৰ অৱস্থাৰ খাম কাটিবলৈ সাৰথিৰূপে স্থিত ভগৱান শ্ৰী কৃষ্ণৰ মাৰদৰ্শন বিচাৰে, অৰ্জুনৰ প্ৰত্যেক প্ৰশ্নৰ উত্তৰ আৰু ভগৱান শ্ৰী কৃষ্ণৰ সেই মাৰদৰ্শনেই ৰূপ লয়গৈ শ্রীমদ্ভাগবত গীতাৰ।

ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা কোৱা এই অভূতপূৰ্ব আৰু পৱিত্ৰ জ্ঞাতে কেৱল তেতিয়াৰ সমস্যাই সমাধান কৰা নাছিল বৰঞ্চ আজিও এই গীতৰ উপদেশবোৰ আমাৰ দৈনন্দিন জীৱনত কাৰোবাৰ বাবে প্ৰেৰণাদায়ক কাৰোবাৰ বাবে ধাৰ্মিক নিৰ্ণয়ৰ কাৰক হৈ পৰিছে ।

This App contains all the Verses of Srimad Bhagavad Gita in the form of Assamese Translation along with the original Sanskrit Verses.

The Shrimad Bhagavad Gita (श्रीमद्भगवद्गीता) often referred to as the Gita, is a 700 (originally 745) - verse Sanatan Dharma scripture that is part of the Mahabharata (chapters 23–40 of Bhishma Parva).

It is considered to be one of the holy scriptures for Hinduism (Sanatan Dharma).

The Bhagwat Gita is set in a narrative framework of a dialogue between Pandava prince Arjuna and his guide and charioteer Sri Krishna (God). At the start of the Dharma Yuddha (righteous war) between Pandavas and Kauravas, Arjuna is filled with moral dilemma and despair about the violence and death the war will cause in the battle against his own kin. Arjuna thinks what he should take and should give up, the great Bhagavad-gtā is composed of the answers and discourses of knowledge spoken by Lord Sri Krishna.

Teachings of Shri Krishna (Lord) This sacred and phenomenal knowledge is not only useful to solve the problems of those days, but it is also a book of inspiration, religious judgment as well as inspiration to solve the problems of modern times.
Show More
Show Less
শ্রীমদ্ভাগবত গীতা - Bhagwat Geeta in Assamese 1.0 Update
July 17, 2021 Version History
You have a right to perform your prescribed duty, but you are not entitled to the fruits of action. Never consider yourself to be the cause of the results of your activities, and never be attached to not doing your duty. - Bhagavad Gita, Chapter II, Verse 47

~BMV Group
More Information about: শ্রীমদ্ভাগবত গীতা - Bhagwat Geeta in Assamese
Price: Free
Version: 1.0
Downloads: 100
Compatibility: Android 4.4 and up
Bundle Id: com.bmv.bhagwatgeeta_assam
Size: 5.4M
Last Update: July 17, 2021
Content Rating: Everyone
Release Date: July 17, 2021
Content Rating: Everyone
Developer: BMV Group


Whatsapp
Vkontakte
Telegram
Reddit
Pinterest
Linkedin
Hide