Poshan Assamese HealthPhone
Install Now
Poshan Assamese HealthPhone
Poshan Assamese HealthPhone

Poshan Assamese HealthPhone

Assamese Learn about simple and good nutrition practices to prevent malnutrition.

Developer: Mobile Seva
App Size: Varies With Device
Release Date: Mar 2, 2017
Price: Free
Price
Free
Size
Varies With Device

Screenshots for App

Mobile
এই ভিডিঅ’টোৰ উদ্দেশ্য হৈছে পুষ্টিহীনতাৰ লক্ষণ আৰু সাম্ভাৱ্য কাৰণসমূহ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা আৰু সমগ্ৰ সমাজকে এই সংক্ৰান্তত ব্যৱস্থা হাতত লোৱাৰ বাবে উদ্বুদ্ধ কৰাৰ উপৰিও পুষ্টিহীনতা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিব পৰা সাধাৰণ দিশসমূহ বিস্তৃত বৰ্ণনা কৰা৷

1. পুষ্টিহীনতাৰ লক্ষণসমূহ, কাৰণসমূহ আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা
2. প্ৰসৱপূৰ্ব - গৰ্ভাৱস্থাত লোৱা যতন
3. জন্মৰ ছমাহৰ পিছত মাতৃদুগ্ধ আৰু খাদ্য প্ৰদান
4. পুষ্টিহীনতা প্ৰতিৰোধৰ শপত লওঁক

এই পুষ্টিকা সামগ্ৰিকভাৱে সমাজৰ স্বাৰ্থত আগবঢ়োৱা হৈছে৷

প্ৰস্তুত - ইউনিচেফ আৰু অন্যান্য উন্নয়ণ সহযোগীৰ পৰা সক্ৰিয় সমৰ্থনেৰে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালচয়, ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তুত৷

http://healthphone.org
Show More
Show Less
Poshan Assamese HealthPhone 1.2 Update
2017-03-03 Version History
Fixed the issue related to moving the APK file from device memory to SD card.

~Mobile Seva
More Information about: Poshan Assamese HealthPhone
Price: Free
Version: 1.2
Downloads: 161
Compatibility: Android 4.0.3
Bundle Id: com.cdac.poshan_Assamese
Size: Varies With Device
Last Update: 2017-03-03
Content Rating: Everyone
Release Date: Mar 2, 2017
Content Rating: Everyone
Developer: Mobile Seva


Whatsapp
Vkontakte
Telegram
Reddit
Pinterest
Linkedin
Hide