Northeast Now Assamese
Install Now
Northeast Now Assamese
Northeast Now Assamese

Northeast Now Assamese

Northeast Now Assamese is a multi-app based hyper-regional bilingual news portal

App Size: Varies With Device
Release Date: Oct 27, 2018
Price: Free
Price
Free
Size
Varies With Device

Screenshots for App

Mobile
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তি-গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰিপ্ৰতিষ্ঠানটোৱে সামৰি লৈছে উত্তৰ-পূবৰ  আঠ ৰাজ্য আৰু প্ৰতিৱেশী দেশ পাঁচখনৰ  প্ৰতিটো খা-খবৰ।
 
উত্তৰ-পূবত নতুন ধৰণৰ মিডিয়াৰ ই প্ৰথমটো প্ৰচেষ্টা। অঞ্চলটোৰ লোকসকলৰ মৈত্ৰী বন্ধন শক্তিশালী কৰাৰ বাবে নৰ্থ-ইষ্ট নাও গোটে সক্ৰিয় ভূমিকা ল’ব খোজে। উত্তৰ-পূবৰ ৰাজনৈতিক গতিধাৰাৰ জটিলতা আৰু সঘন পৰিৱৰ্তনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি নৰ্থ-ইষ্ট নাও ৰাজনৈতিকভাৱে নিৰপেক্ষ। দক্ষিণ এছিয়া আৰু অগ্ৰগামী দক্ষিণ-পূব এছিয়াৰ মাজত আমি প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।


নৰ্থ-ইষ্ট নাও এপৰ বৈশিষ্ট্যসমূহ-
 
১. উত্তৰ-পূব ভাৰত আৰু প্ৰতিৱেশী দেশসমূহৰ শীৰ্ষ সংবাদ
 
নৰ্থ-ইষ্ট নাও উত্তৰ-পূব ভাৰতৰ একমাত্ৰ ২৪x৭ নিউজ প’ৰ্টেল। উত্তৰ-পূবৰ প্ৰতিটো কোণকে সামৰি ট্ৰেণ্ডত থকা সকলো বাতৰি আমাৰ এপত উপলব্ধ।

২. উত্তৰ-পূব আৰু প্ৰতিৱেশী দেশকেইখনৰ ভিডিঅ’ সংবাদ



পৰম্পৰাগত বাতৰিতকৈ ভিডিঅ’ সংবাদ ৰাইজৰ অধিক পচন্দৰ। উত্তৰ-পূব ভাৰতৰ সকলো শেহতীয়া ভিডিঅ’ সামৰি এপটোত আছে ‘‘ভিডিঅ’ সংবাদ” শীৰ্ষক এক সুকীয়া শাখা।
 
আমাৰ ইউ-টিউব চেনেলটো আপুনি পাব ইয়াত—
https://www.youtube.com/channel/UC90H9hNQmRDL-512snP0YMg

 ৩. পচন্দৰ বাতৰিৰ বুকমাৰ্ক আৰু নিৰ্দিষ্ট বাতৰি সন্ধান
 
আপোনাৰ সুবিধাৰ্থে, আমি আগবঢ়োৱা এটা ডাঙৰ সুবিধা হৈছে গুৰুত্বপূৰ্ণ বাতৰি বুকমাৰ্কৰ ব্যৱস্থা। গতিশীল নিউজ প্লেটফৰ্ম হিচাপে নৰ্থ-ইষ্ট নাও-এ দৈনিক বহুসংখ্যক বাতৰি প্ৰকাশ কৰে। পুৰণি বাতৰিৰ সন্ধান কৰাটো সেয়ে কঠিন।
 
সেয়ে আমি আগবঢ়াইছো বুকমাৰ্কৰ সুবিধা যাতে পিছতো আপুনি বাতৰিটো পঢ়িব পাৰে।
 
তাৰোপৰি নিৰ্দিষ্ট চাৰ্চ বক্সত গৈ দৰকাৰী বাতৰিটো আপুনি সন্ধান কৰিবও পাৰিব।

✓ অসম

✓ মেঘালয়

✓ অৰুণাচল প্ৰদেশ
✓ ত্ৰিপুৰা
✓ মণিপুৰ

✓ মিজোৰাম

✓ নাগালেণ্ড
✓ ছিকিম


যোগাযোগ
 
এপটো সন্দৰ্ভত আপুনি আৰু কিবা জানিব খোজে নেকি? আপোনাৰ মন্তব্যই আমাক আনন্দিত কৰিব। অনুগ্ৰহ কৰি আপোনাৰ পৰামৰ্শ প্ৰেৰণ কৰক ইয়াত-- [email protected]
Show More
Show Less
Northeast Now Assamese 1.5.0 Update
2019-05-08 Version History
Push Notification

~EZEN SOFTWARE & TECHNOLOGY PVT LTD
More Information about: Northeast Now Assamese
Price: Free
Version: 1.5.0
Downloads: 5120
Compatibility: Android 4.2
Bundle Id: com.ezen.assamese
Size: Varies With Device
Last Update: 2019-05-08
Content Rating: Everyone
Release Date: Oct 27, 2018
Content Rating: Everyone
Developer: EZEN SOFTWARE & TECHNOLOGY PVT LTD


Whatsapp
Vkontakte
Telegram
Reddit
Pinterest
Linkedin
Hide