SIVEN হৈছে অসমীয়া ভাষাত জ্যোতিষশাস্ত্র আৰু জ্যোতির্বিজ্ঞানৰ আৰ্হিত নির্মিত এপ যিয়ে ব্যৱহাৰকাৰী সকলক মহাবিশ্ব, মহাকাশ, আৰু জ্যোতিৰ্বিজ্ঞান অন্বেষণ কৰাত সহায় কৰে। ইয়াত শেহতীয়া জ্যোতিৰ্বিজ্ঞানৰ আৱিষ্কাৰ আৰু পৰিঘটনা, বিশ্বব্ৰহ্মাণ্ডৰ আচৰিত ছবি, শিক্ষামূলক প্ৰবন্ধ আৰু সম্পদ, আৰু সনাতন জ্যোতিষশাস্ত্র আদি অন্তৰ্ভুক্ত কৰা হৈছে।
আজিয়েই SIVEN ডাউনলোড কৰক আৰু আপোনাৰ মহাকাশ অণ্বেষণৰ যাত্ৰা আৰম্ভ কৰক!
SIVEN ৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে:
১. সনাতন জ্যোতিষশাস্ত্র
২. জ্যোতিৰ্বিজ্ঞানৰ শেহতীয়া আৱিষ্কাৰ আৰু পৰিঘটনা
৩. মহাবিশ্ব আৰু মহাকাশ অন্বেষণ অভিযানৰ আচৰিত ধৰণৰ ছবি
৪. জ্যোতিৰ্বিজ্ঞানৰ বিষয়ে অধিক জানিবলৈ সহায়ক হোৱাকৈ শিক্ষামূলক প্ৰবন্ধ আৰু সম্পদ